Math, asked by axomiagamer8, 2 months ago

মই কোন ভাবি চাওঁ আহা
(i) মই এটা 5 অংক বিশিষ্ট সংখ্যা।
(ii) মই তিনি অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো।
(iii) অযুতৰ স্থানত থকা অংকটো দহক আৰু একক স্থানত থকা অংক দুটা পার্থক্য
(iv) হাজাৰৰ স্থানত থকা অংকটো হ’ল তােমাৰ শ্ৰেণীটো।
এতিয়া মই কোন’ লিখা .​

Answers

Answered by thequeenoffun9
0

Answer:

মই নাজানো তোমাৰ অংক কেইতাৰ উত্তৰ।

Step-by-step explanation:

plz friend me and mark as brainliest

Answered by tulumoniborah077
6

Answer:

(ii) তিনি অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ আগৰ সংখ্যা টো=৯৯৮

(iii)অযুতৰ স্থানত থকা অংকটো দহক আৰু একক স্থান ত থকা অংক দুটা পাথৰ্কয়=৯-৮=১

(iv) হাজাৰৰ স্থানত থকা অংকটো হ'ল তোমাৰ শ্ৰেণীটো=৫

গতিকে সংখ্যাটো হ'ল = ১৫৯৯৮.

Similar questions