Social Sciences, asked by papondas17, 4 months ago

কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?

If you don't know don't answer please ​

Answers

Answered by pooja14365
5

যৌন প্ৰজননত পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ ক্ৰমজমৰ সংখ্যা 2n।পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ n সংখ্যক ক্ৰমজম মাতৃকোষ পৰা মিঅচিচ প্ৰক্ৰিয়াৰে স্হানান্তৰ হয়।

নিষেচনৰ ফলত সৃষ্টি হোৱা যোজন কোষৰ আধাসংখ্যক ক্ৰমজম পিতৃফালৰ আৰু আধা সংখ্যক ক্ৰমজম মাতৃফালৰ অথাং যোজন কোষটো 2n হয়। অৰ্থাৎ মিঅচিচৰ ফলত পিতৃফালৰ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুৰ হস্তান্তৰ কৰে।

Answered by MyCrownMyKingdom
4

Sorry I can't understand your language

Similar questions