তলত দিয়া শব্দৰ শুদ্ধ ৰূপটো কোনটো?
(ii) পীড়িত
(ক) (i) পিড়ীতত
(iii) পিৰীত
(iv) পীৰিত
(খ) (i) প্রশংসা
(ii) প্রসংশা
(iii) প্রশংষা
(iv) প্রসংষা
(গ) (i) পূৰষ্কাৰ
(ii) পুৰষ্কাৰ
(iii) পূৰস্কাৰ
(iv) পুৰস্কাৰ
(ঘ) (i) উচ্চাৰণ
(ii) উচ্চাৰন
(iii) উচ্ছাৰণ
(iv) উচ্ছাৰন
Answers
Answered by
1
Answer:
ক:২,পীড়িত
খ:১, প্রশংসা
গ:৪, পুৰস্কাৰ
ঘ:১, উচ্চাৰণ
Similar questions