CBSE BOARD X, asked by badydoll5130, 9 months ago

অসমীয়া সাহিত্য সাংস্কতিলৈ শংকৰদেৱৰ অৱদান বিষয়ে এটি টোকা লিখা in assamese

Answers

Answered by Chandra1972
12

Explanation:

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

আশা করি এটি সাথিকে সাহায্য করবেl

Answered by Anonymous
8

Answer:

sᵃⁿᵏᵃʳᵈᵉᵛᵃ'ˢ ᶜᵒⁿᵗʳⁱᵇᵘᵗⁱᵒⁿ ᵗᵒ ᴀˢˢᵃᵐᵉˢᵉ ˡⁱᵗᵉʳᵃᵗᵘʳᵉ ⁱˢ ᵐᵘˡᵗⁱᵈⁱᵐᵉⁿˢⁱᵒⁿᵃˡ ᵃⁿᵈ ˢᵖʳᵉᵃᵈ ᵗʰʳᵒᵘᵍʰ ᵈⁱᶠᶠᵉʳᵉⁿᵗ ᵍᵉⁿʳᵉˢ ᵒᶠ ˡⁱᵗᵉʳᵃᵗᵘʳᵉ. ʜᵉ ⁱˢ ᶜʳᵉᵈⁱᵗᵉᵈ ʷⁱᵗʰ ᵇᵘⁱˡᵈⁱⁿᵍ ᵒⁿ ᵖᵃˢᵗ ᶜᵘˡᵗᵘʳᵃˡ ʳᵉˡⁱᶜˢ ᵃⁿᵈ ᵈᵉᵛⁱˢⁱⁿᵍ ⁿᵉʷ ᶠᵒʳᵐˢ ᵒᶠ ᵐᵘˢⁱᶜ (ʙᵒʳᵍᵉᵉᵗ), ᵗʰᵉᵃᵗʳⁱᶜᵃˡ ᵖᵉʳᶠᵒʳᵐᵃⁿᶜᵉ (ᴀⁿᵏⁱᵃ ɴᵃᵃᵗ, ʙʰᵃᵒⁿᵃ), ᵈᵃⁿᶜᵉ (sᵃᵗᵗʳⁱʸᵃ), ˡⁱᵗᵉʳᵃʳʸ ˡᵃⁿᵍᵘᵃᵍᵉ (ʙʳᵃʲᵃᵛᵃˡⁱ).

Explanation:

Hopefully it will help you: )

Mark me as brainlist☺

Similar questions