একে অৰ্থ বুজোৱা শব্দ দীনki hobo.nu
Answers
Answered by
2
Answer:
এটা শব্দই যেনেদৰে ভিন ভিন অৰ্থ বুজাব পাৰে, তেনেদৰে একে অৰ্থ বুজাব পৰা একাধিক শব্দ ভাষাত থাকে ৷ একে অৰ্থ বুজোৱা শব্দবোৰকে সমাৰ্থক শব্দ বোলা হয় ৷
Explanation:
hope this is correct
Similar questions