ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা l
PLEASE DON'T ANSWER IF YOU DON'T KNOW
Answers
Answer:
উত্তর ভারতে সিন্ধু-সরস্বতী সভ্যতার সময়ে পাঁচ হাজার বছর আগে যোগের অনুশীলন শুরু হয়েছিল। এটি প্রথমে ritualsগ্বেদে উল্লেখ করা হয়েছিল, ধর্মগ্রন্থ, মন্ত্র এবং গানের সমন্বিত গ্রন্থগুলির সংকলন যা মূলত ব্রাহ্মণ, বৈদিক পুরোহিতরা ব্যবহার করেছিলেন। ... বেদে যোগ মানে এক জোয়াল।
যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈ
ই এক অনবদ্য অৱদান । সিন্ধু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী
আছিল বুলি অনুমান কৰিব পাৰি । বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল । আনুমানিক খ্রীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্রন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে । তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দর্শনৰ ৰূপত গঢ় দিছিল।