India Languages, asked by XxCharmingGuyxX, 1 month ago

ONLY ANSWER ASSAMESE MEDIUM STUDENTS.

(spammers keep distance. )
don't answer like I don't understand this language. ​

Attachments:

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\  \\

তালিকাখনৰ পৰা পৰ্য্যবেক্ষণ কৰি পোৱা গ'ল যে :

  • ধাতু A কপাৰ (Cu) তকৈ বেছি বিক্ৰিয়াশীল।

  • ধাতু B আইৰণ (Fe) তকৈ বেছি বিক্ৰিয়াশীল।

  • ধাতু C ছিলভাৰ (Ag) তকৈ বেছি বিক্ৰিয়াশীল।

  • ধাতু D কপাৰ (Cu), আইৰণ (Fe), ছিলভাৰ (Ag) আৰু জিংক (Zn) সকলোতকৈ কম বিক্ৰিয়াশীল।

আকৌ, কপাৰ (Cu), আইৰণ (Fe), ছিলভাৰ (Ag) আৰু জিংক (Zn) ৰ সক্ৰিয়তাৰ নিম্নক্ৰমটো হৈছে :

  • জিংক (Zn) > আইৰণ (Fe) > কপাৰ (Cu) > ছিলভাৰ (Ag)

 \\

ওপৰৰ তালিকাৰ পৰা :-

 \\

  • [1] আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে ধাতু B

  • [2] কপাৰ ছালফেট লৱণত ধাতু B দিলে, ধাতু B য়ে কপাৰ ছালফেটৰ পৰা কপাৰ অপসাৰিত কৰিব

  • [3] A, B, C আৰু D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজালে হ'ব : ধাতু B > ধাতু A > ধাতু C > ধাতু D
Attachments:
Similar questions