History, asked by XxCharmingGuyxX, 5 months ago

ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব বিচাৰ কৰা।(only answer Assamese students. )​

Answers

Answered by TRISHNADEVI
17

ANSWER :

 \\  \\

১৮৬১ চনত (১৮ অক্টোবৰ) নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত সংঘটিত হোৱা ফুলগুৰি ধাৱা হৈছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ । ব্ৰিটিছ চৰকাৰে যদিও ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কসকলৰ চৰকাৰে আফু খেতি বন্ধ কৰাৰ প্ৰতিবাদত কৰা এটি সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল, অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়।

 \\

অসমৰ ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ'ল :

  • ১) ফুলগুৰি কৃষক বিদ্ৰোহ বা ফুলগুৰি ধাৱাত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্ৰদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমৰ্থন পাবলৈ সক্ষম হৈছিল। এই বিদ্ৰোহক সামগ্ৰিকভাৱে সফল হোৱা বুলি ক'ব পাৰি, কিয়নো এই বিদ্ৰোহৰ পিছত কেতিয়াও চৰকাৰে তামোল-পাণৰ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

  • ২) ফুলগুৰি ধাৱা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰ পৰা মুক্ত হ'বলৈ কৰা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিৰ্দশন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ যিসকল লোকে ব্ৰিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে এই বিদ্ৰোহত যোগ দিছিল।

badboy1234567890: দাদা তুমি জুই
XxCharmingGuyxX: কি কাক কৈছা
XxCharmingGuyxX: মামা তুমি জুই
Answered by majedazaman
3

➤ ১৮৬১ চনত (১৮ অক্টোবৰ) নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত সংঘটিত হোৱা ফুলগুৰি ধাৱা হৈছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ । ব্ৰিটিছ চৰকাৰে যদিও ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কসকলৰ চৰকাৰে আফু খেতি বন্ধ কৰাৰ প্ৰতিবাদত কৰা এটি সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল, অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়।

\begin{gathered} \\ \end{gathered}

⇝ অসমৰ ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ'ল :

১) ফুলগুৰি কৃষক বিদ্ৰোহ বা ফুলগুৰি ধাৱাত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্ৰদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমৰ্থন পাবলৈ সক্ষম হৈছিল। এই বিদ্ৰোহক সামগ্ৰিকভাৱে সফল হোৱা বুলি ক'ব পাৰি, কিয়নো এই বিদ্ৰোহৰ পিছত কেতিয়াও চৰকাৰে তামোল-পাণৰ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

২) ফুলগুৰি ধাৱা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰ পৰা মুক্ত হ'বলৈ কৰা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিৰ্দশন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ যিসকল লোকে ব্ৰিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে এই বিদ্ৰোহত যোগ দিছিল।

Similar questions