Physics, asked by XxCharmingGuyxX, 1 month ago

আমাৰ পাচন প্রক্রিয়াত pHৰ গুৰুত্ব কি ?​

Answers

Answered by TRISHNADEVI
4

ANSWER :

 \\  \\

❖ আমাৰ পাচন প্রক্রিয়াত pH-ৰ গুৰুত্ব আছে । আমাৰ পাকস্থলীত হাইড্ৰ'ক্লৰিক এছিড (HCl) থাকে । আমি খোৱা খাদ্য হজম হোৱাৰ বাবে পাকস্থলীত এই হাইড্ৰ'ক্লৰিক এছিড নিঃসৰিত হয় । যেতিয়া পেটত অধিক পৰিমাণৰ এছিড উৎপত্তি হয়, তেতিয়া পেটত বিষ আৰু পোৰণি হয় । ইয়াৰ পৰা হাত সাৰিবলৈ অম্লনাশক ব্যৱহাৰ কৰা হয়, যিয়ে এছিডখিনিক প্ৰশমিত কৰে । এইদৰে পাকস্থলীৰ pH-ৰ মানে আমাৰ পাচনতন্ত্ৰ নিয়ন্ত্ৰণ কৰে ।

 \underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

KNOW MORE :

 \\  \\

pH কি ?

 \\

  • ➨ pH হৈছে হাইড্ৰ'জেন আয়ণৰ গাঢ়তাৰ ঋণাত্মক ল'গাৰিথ্ম।

  • ➨ দ্ৰবত হাইড্ৰ'জেন আয়ণৰ গাঢ়তা নিৰূপনৰ বাবে pH স্কেল উদ্ভাৱন কৰা হৈছে।

  • ➨ প্ৰশম দ্ৰবৰ pH-ৰ মান 7 ।

  • ➨ pH-ৰ মান 7-তকৈ তলত হ'লে দ্ৰবটো আম্লিক আৰু pH-ৰ মান 7-তকৈ ওপৰত হ'লে দ্ৰবটো ক্ষাৰকীয় হয় ।

\underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

আমাৰ দৈনন্দিন জীৱনত pH-ৰ তাৎপৰ্য কি ?

 \\

  • ➨ আমাৰ শৰীৰে pH-ৰ মান 7 ৰ পৰা 7.8 ৰ ভিতৰত কাৰ্য সম্পাদন কৰে।

  • ➨কেতিয়াবা আমাৰ পেটত অধিক পৰিমাণৰ এছিড উৎপন্ন হ'লে ইয়াক অম্লনাশকৰ সহায়ত প্ৰশমিত কৰা হয়।

  • ➨ আমাৰ মুখৰ ভিতৰত pH-ৰ মান 5.5-তকৈ কম হ'লে দন্তক্ষয় হয় ।

  • ➨ গছ-গছনিৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ pH সঠিক হ'ব লাগে।

Answered by hemantabaruah23
1

Answer:

আমাৰ পাচন প্রক্রিয়াত pH-ৰ গুৰুত্ব আছে । আমাৰ পাকস্থলীত হাইড্ৰ'ক্লৰিক এছিড (HCl) থাকে । আমি খোৱা খাদ্য হজম হোৱাৰ বাবে পাকস্থলীত এই হাইড্ৰ'ক্লৰিক এছিড নিঃসৰিত হয় । যেতিয়া পেটত অধিক পৰিমাণৰ এছিড উৎপত্তি হয়, তেতিয়া পেটত বিষ আৰু পোৰণি হয় । ইয়াৰ পৰা হাত সাৰিবলৈ অম্লনাশক ব্যৱহাৰ কৰা হয়, যিয়ে এছিডখিনিক প্ৰশমিত কৰে । এইদৰে পাকস্থলীৰ pH-ৰ মানে আমাৰ পাচনতন্ত্ৰ নিয়ন্ত্ৰণ কৰে ।

mark this answer as Brainlist

Similar questions