Science, asked by bbora9154, 10 months ago

প্লাষ্টিক কি? plastic what?

Answers

Answered by shumitra
0

Answer:

hey im assamese!

প্লাষ্টিক (ইংৰাজী: Plastic) হৈছে সংশ্লেষিত বা অৰ্ধ-সংশ্লেষিত নমনীয় বহু বিধৰ পদাৰ্থ। সাঁচত ঢালি প্লাষ্টিকক বিভিন্ন আকাৰলৈ নিব পাৰি। প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰযুক্ত জৈৱিক বহুযোগী যৌগ। কিন্তু, প্ৰায়েই লগত আন মৌলও যোগ দিয়া হয়। সাধাৰণভাৱে প্লাষ্টিক খনিজ তৈল ৰাসায়নিক পদাৰ্থৰপৰা সংশ্লেষিত কৰি পোৱা যায়। কিন্তু, কিছুমান প্লাষ্টিক প্ৰাকৃতিক ভৱেও পোৱা যায়।[2] পদা্ৰ্থ এটা নভঙাকৈ নতুন আকাৰলৈ নিব পৰা গুণক 'নমনীয়তা' (ইংৰাজীত প্লাষ্টিচিটি) বোলা হয়। প্লাষ্টিকত এই গুণ বিশেষভাৱে পৰিলক্ষিত হয় বাবে এই গুণৰ নামেৰেই বহুযোগী যৌগৰ এই পদাৰ্থসমূহক প্লাষ্টিক বোলা হৈছে।

Answered by vrajdmistrya
0

Answer:

plastic is an substance that causes harm to environment

Explanation:

it takes about 10,000years to be finish

mark answer brainliest

Similar questions