please do this
no unnecessary answers
Answers
Answer:
১. তােমাৰ চিঠিখন কালি পালাে।
→ I got your letter yesterday.
২. এইমাত্র তােমালৈ এখন চিঠি লিখিছাে ।
→ I have written a letter to you just now .
৩. তুমি চিঠি লিখি ভালপােৱা, নহয়নে বাৰু?
→ You love writting letters , aren't you ?
৪, যদি গৰমৰ বন্ধত আহা, তােমাৰ লগত
শিলং লৈ যাম।
→ If you comes during summer vacation , we shall go to Shillong .
৫. শ্বিলংৰ জলবায়ু গুৱাহাটীৰ জলবায়ুকৈ
ভাল।
→The climate of Shillong is better than that of Guwahati.
৬. আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
→ It has been raining here for a few a days .
৭. বৰষুণ শস্যৰ কাৰণে ভাল।
→Rain is good for crops .
৮.এইবাৰ বানপানীত বহুত শস্য নষ্ট হল।
→ Flood has destroyed the crops this time.
৯. তুমি সাঁতুৰিব জানানে?
→ Do you know swimming ?
১০. দেউতাই কৈছিল, " সাঁতােৰা এটা ভাল ব্যায়াম''।
→ Father said , “Swimming is a good exercise.”