India Languages, asked by singhajitsingh10, 6 months ago

বিহু নাচোতে নাচনীয়ে কি কি বস্তু ব্যৱহাৰ কৰে আৰু কি কি বাদ্য বজোৱা হয় তাৰ এখন তালিকা প্রস্তুত কৰা।​ ( Pls answer in English)​

Answers

Answered by TanmayShresht1977
3

Explanation:

লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ।[1] বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। "[2] অসমত পালন কৰা তিনি বিহু হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এই বিহুৱে অসমীয়া জাতীয় জীৱনত

Answered by hoquemeherul347
1

Answer:

এতােয়া কীভাবে সারাদিন ঘুরে বেড়ায়?

Similar questions