Physics, asked by 20dipankarsaikia04, 5 months ago

Q. দুডাল তাঁৰৰ দৈঘ্য , ৰোধ , ৰোধাংক –প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2 হ'লে ,তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব?


Its for Asssames , if u can't understand. then don't answer!!!​

Answers

Answered by Anonymous
4

Answer:

I am from West Bengal.I hope I give you satisfied answer.

রোধের অনুপাত, R1:R2=1:2

দৈর্ঘ্যের অনুপাত, l1:l2=1:2

রোধাঙ্ক এর অনুপাত, p1:p2=1:2

ধরি, ব্যাস এর মান r1 একক ও r2 একক

প্রথমটির ক্ষেত্রে ও দ্বিতীয় টির ক্ষেত্রে ব্যাস হবে r1/2 এবং r2/2

প্রথম তারটির প্রস্থচ্ছেদের ক্ষেত্রফল=π×r1²/4 বর্গ একক

=πr1²/4 ''

দ্বিতীয় তারটির ক্ষেত্রে প্রস্থচ্ছেদের ক্ষেত্রফল=πr2²/4 বর্গ একক

প্রস্থচ্ছেদের ক্ষেত্রফল এর অনুপাত,

A1:A2=πr1²/4:πr2²/4=r1:r2

রোধাঙ্কের নিয়মানুযায়ী,

R1/R2=p1/p2×l1/l2×A2/A1

or, 1/2=1/2×1/2×r2/r1[As A1:A2=r1:r2]

or,r2/4r1=1/2

or,r2/2r1=1

or, r2/r1=2/1

Finally, r1:r2=1:2

আশা করি আপনি বুঝতে পেরেছেন। মনে রাখবেন যে r1 ও r2 দুটি আলাদা পরিবাহীর ব্যাসার্ধ।

Answered by TRISHNADEVI
8

ANSWER :

  • ❖ দুডাল তাঁৰৰ দৈঘ্য, ৰোধ, ৰোধাংক - প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1 :2 হ'লে ,তাঁৰ দুডালৰ ব্যাসৰ অনুপাত হ'ব 1 :  \sqrt{2}

___________________________________________________________

SOLUTION :

 \\  \\

দিয়া আছে,

  • দুডাল তাঁৰৰ দৈঘ্য , ৰোধ , ৰোধাংক –প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1 :2

নিৰ্ণয় কৰিব লাগে,

  • তাঁৰ দুডালৰ ব্যাসৰ অনুপাত = ?

 \\

ধৰা হ'ল,

  • R = ৰোধ

  • L = পৰিবাহী তাঁৰৰ দৈৰ্ঘ্য

  • A = প্ৰস্থচ্ছেদ

  • ρ = আপেক্ষিক ৰোধ বা ৰোধাংক

 \\

আমি জানো যে,

  •  \:  \: \dag \:  \:  \underline{ \boxed{ \sf{ \: R =  \rho \: \dfrac{L}{ A} \: }}}

  •  \:  \: \dag \:  \:  \underline{ \boxed{ \sf{ \: A = \pi \: r {}^{2} \: }}}

 \\

প্ৰথম তাঁৰডালৰ ক্ষেত্ৰত,

  • ৰোধ, R = R₁

  • পৰিবাহী তাঁৰৰ দৈৰ্ঘ্য, L = L₁

  • ৰোধাংক, ρ = ρ₁

∴ প্ৰস্থচ্ছেদ, A₁ = π r₁² , য'ত r₁ হৈছে পৰিবাহী তাঁৰডালৰ ব্যাসাৰ্ধ

দ্বিতীয় তাঁৰডালৰ ক্ষেত্ৰত,

  • ৰোধ, R = R₂

  • পৰিবাহী তাঁৰৰ দৈৰ্ঘ্য, L = L₂

  • ৰোধাংক, ρ = ρ₂

∴ প্ৰস্থচ্ছেদ, A₂ = π r₂² , য'ত r₂ হৈছে পৰিবাহী তাঁৰডালৰ ব্যাসাৰ্ধ

 \\

গতিকে, ৰোধাংকৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

প্ৰথম তাঁৰডালৰ ক্ষেত্ৰত,

  •  \rm{R_1 =  \rho_1  \: \dfrac{L_1}{ A_1}} ----------> (1)

দ্বিতীয় তাঁৰডালৰ ক্ষেত্ৰত,

  •  \rm{R_2 =  \rho_2  \: \dfrac{L_2}{ A_2}} ----------> (2)

(1) আৰু (2) সমীকৰণৰ পৰা পাওঁ,

  •   \bigstar \:  \: \:   \rm{ \dfrac{R_1}{R_2} =  \dfrac{  \: \rho_1  \: \dfrac{L_1}{ A_1} \: }{ \rho_2  \: \dfrac{L_2}{ A_2}}}

\rm{  \implies \: \dfrac{R_1}{R_2} = \dfrac{ \rho_1 }{ \rho_2 } \times \dfrac{L_1}{ A_1} \times \dfrac{A_2}{L_2}}

\rm{  \implies \: \dfrac{R_1}{R_2} = \dfrac{ \rho_1 }{ \rho_2 } \times \dfrac{L_1}{L_2 } \times \dfrac{A_2}{A_1}} ----------> (3)

আকৌ,

  • দুডাল তাঁৰৰ দৈঘ্য , ৰোধ , ৰোধাংক –প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1 :2

অৰ্থাৎ,

  • L₁ : L₂ = 1 : 2  \rm{\implies \: \: \dfrac{L_1}{ L_2} =  \dfrac{1}{2}}

  • R₁ : R₂ = 1 : 2  \rm{\implies \: \: \dfrac{ R_1}{ R_2} =  \dfrac{1}{2}}

  • ρ₁ : ρ₂ = 1 : 2  \rm{\implies \: \: \dfrac{\rho_1}{ \rho_2} =  \dfrac{1}{2}}

 \\

এই মানসমূহ সমীকৰণ (3)-ত বহুৱাই পাওঁ,

  • \rm{  \bigstar \:  \: \dfrac{R_1}{R_2} = \dfrac{ \rho_1 }{ \rho_2 } \times \dfrac{L_1}{L_2 } \times \dfrac{A_2}{A_1}}

\rm{ \implies \:  \:  \dfrac{1}{2}  =  \dfrac{1}{2}  \times  \dfrac{1}{2} \times \dfrac{A_2}{A_1} }

\rm{ \implies \:  \: \dfrac{1}{4} \times \dfrac{A_2}{A_1} = \dfrac{1}{2}} \:  \:  \:  \:  \:  \:  \:

\rm{ \implies \:  \: \dfrac{A_2}{A_1} = \dfrac{1}{2} \times 4} \:  \:  \:  \:  \:  \:  \:  \:

\rm{ \therefore \: \:  \: \dfrac{A_2}{A_1} =2} \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: ----------> (4)

 \\

ইয়াত,

  • A₁ = π r₁²

  • A₂ = π r₂²

এই মানসমূহ সমীকৰণ (4)-ত বহুৱাই পাওঁ,

  •  \rm{ \bigstar \:  \: \dfrac{A_2}{A_1} =2}

 \rm{ \implies \:  \dfrac{ \pi \: r_2 {}^{2}}{\pi \: r_1 {}^{2}} = 2} \\  \\  \rm{ \implies \: \dfrac{  r_2 {}^{2}}{ r_1 {}^{2}} = 2} \:  \:  \: \\  \\  \rm{ \implies \:  \: \dfrac{  r_1{}^{2}}{ r_2 {}^{2}} =  \dfrac{1}{2} } \:  \:   \\  \\ \:  \rm{ \implies \:  \:  (\dfrac{  r_1}{ r_2 } ) {}^{2} =  \dfrac{1}{2} } \\  \\ \rm{ \implies \:  \:  \dfrac{  r_1}{ r_2 }  =  \sqrt{ \dfrac{1}{2}}}  \\  \\ \rm{ \therefore \:  \:  \dfrac{  r_1}{ r_2 }  = \dfrac{1}{ \sqrt{2}}}

 \\

এতিয়া,

  • D = 2r

গতিকে,

  • প্ৰথম তাঁৰডালৰ ব্যাস, D₁ = 2r₁

  • দ্বিতীয় তাঁৰডালৰ ব্যাস, D₂ = 2r₂

\rm{ \therefore \: D_1 : D_2 =  \dfrac{D_1}{D_2} }

 \rm{\implies \: \: D_1 : D_2 =  \dfrac{2 \: r_1}{2 \: r_2} }

\rm{\implies \: \: D_1 : D_2 =  \dfrac{ r_1}{ r_2} }

\rm{\implies \: \: D_1 : D_2 =  \dfrac{1}{ \sqrt{2}}}

 \:  \: \bigstar \: \:  \boxed{ \rm{ D_1 : D_2 = 1 :  \sqrt{2} }}

  • তাঁৰ দুডালৰ ব্যাসৰ অনুপাত = 1 :  \sqrt{2}
Similar questions