Math, asked by pareshbarman054, 4 months ago

এটা বিন্দু Q ৰপৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈর্ঘ্য 24 চে.মি.
আৰু কেন্দ্ৰৰপৰা Qৰ দূৰত্ব 25 চে.মি. বৃত্তটোৰ ব্যাসার্ধ ki


handdrypal: The length of the tangent to a circle from a point Q is 24 cm. And the distance Q from the center is 25 cm. The radius of the circle is ki
pareshbarman054: thank you

Answers

Answered by taranpreetkaur60
3

Answer:

ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা(কেন্দ্ৰ) এক নিৰ্দিষ্ট দূৰত্বত (ব্যাসাৰ্ধ) একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে (ল'কাচ) বৃত্ত (ইংৰাজী: Circle) বোলা হয়।

বৃত্তৰ ওপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰলৰেখাংশকে জ্যা বোলা হয়। বৃত্তৰ কেন্দ্ৰগামী যিকোনো জ্যাকে তাৰ ব্যাস বোলা হয়। বৃত্তৰ ব্যাস হ’ল তাৰ দীৰ্ঘতম জ্যা। ব্যাসৰ দৈৰ্ঘ্য ব্যাসাৰ্ধৰ দুগুন হয়।

বৃত্তৰ সীমাক পৰিধি বোলা হয় আৰু পৰিধিৰ অংশক বৃত্তচাপ বোলা হয়।

Attachments:
Answered by tarifhussain2059
0

Answer:

এটা বিন্দু Q ৰপৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈর্ঘ্য 24 চে.মি.

আৰু কেন্দ্ৰৰপৰা Qৰ দূৰত্ব 25 চে.মি. বৃত্তটোৰ ব্যাসার্ধ ki

Similar questions