Science, asked by assanali785, 8 months ago

Q.3 অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ হােৱা দ্ৰৱৰ
গতিক কি কোৱা হয়?
1
Q.4 উদ্ভিদৰ সংবহন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত?
1
Q.5 ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন লিখা 1× 4 = 4
i) পানীত চূণ মিহলােৱা হৈছে
ii) পানীত কপাৰ ছালফেট দ্ৰৱীভূত কৰা হৈছে
ii) কাটি থােৱা আলু ক’লা পৰিছে
iv) খাদ্য হজম হৈছে
Q.6 তলৰ সমীকৰণ তিনিটা সম্পূর্ণ কৰা: 1 X 3 = 3
i) Fe + 0, + H20 →
ii) Ca0 + H 0 → – +
iii) Fe + CuSO4 —– +
Q.7 তুতীয়া আৰু খােৱা দ'ডাৰ ৰাসায়নিক নাম লিখা 2
Q.৪ চমু উত্তৰ দিয়া :
2X 3 = 6
i) বতাহ কেনেদৰে উৎপত্তি হয়?​

Attachments:

Answers

Answered by pranjaldassss1290
0

Answer:

3 অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ হােৱা দ্ৰৱৰ

গতিক কি কোৱা হয়?

1

Similar questions