Q. সমান্তৰাল সজ্জাত থকা ৰোধৰ সম্পৰ্ক যদি R1>R2>R3 হয়, সিহঁতৰ মাজেৰে যোৱা বিদুৎ প্ৰবাহৰ সম্পৰ্ক কি হ'ব?
For Assamese ,
Don't spam ❌
Answers
Answered by
3
Answer:
সমান্তরাল সমবায় থাকা তুল্য রোধ,
(1/R)=1/R1+1/R2+1/R3
আমরা জানি, সমান্তরাল সমবায় থাকা তুল্যরোধ ক্ষুদ্রতম রোধ অপেক্ষায় ছোট।
1/R<1/R3
I hope you understand.
Answered by
6
ANSWER :
★ I₁ < I₂ < I₃
- ✎ সমান্তৰাল সজ্জাত থকা ৰোধৰ সম্পৰ্ক যদি R₁ > R₂ > R₃ হয়, তেন্তে সিহঁতৰ মাজেৰে যোৱা বিদুৎ প্ৰবাহৰ সম্পৰ্ক হ'ব : I₁ < I₂ < I₃ .
___________________________________________________________
KNOW MORE :
- ❒ বিদ্যুৎ : বিদ্যুৎ হৈছে এক প্ৰকাৰৰ শক্তি । এই শক্তি ৰাসায়নিক বিক্ৰিয়াৰ শক্তি, ডাইনেম'ৰ যান্ত্ৰিক ঘূৰ্ণন আদিৰ অন্যশক্তিৰ পৰা উৎপাদন কৰিব পাৰি।
- ❒ বিদ্যুৎ প্ৰবাহ : যদি এডাল পৰিবাহীত বৈদ্যুতিক আধানৰ সৰবৰাহ হয়, তেন্তে সেই পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ চালিত হোৱা বুলি কোৱা হয়। বৈদ্যুতিক প্ৰবাহক এম্পিয়াৰ এককত প্ৰকাশ কৰা হয়।
- ❒ ওমৰ সূত্ৰ : উষ্ণতা স্থিৰ থকা অৱস্থাত প্ৰদত্ত পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ V, পৰিবাহীৰ মাজেৰে প্ৰবাহিত বৈদ্যুতিক প্ৰবাহৰ সামানুপাতিক।
গতিকে, যদি,
- V = পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ
- I = পৰিবাহীৰ মাজেৰে প্ৰবাহিত বৈদ্যুতিক প্ৰবাহ
তেন্তে, ওমৰ সূত্ৰ অনুসৰি,
- V ∝ I ⇒ = R ⇒ V = I R
য'ত,
- R এটা সামানুপাতিক ধ্ৰুৱক, যাক ৰোধ বোলা হয়।
- ❒ ৰোধ : ৰোধ হৈছে পৰিবাহীৰ এটা ধৰ্ম, যি ধৰ্মৰ বাবে পৰিবাহীয়ে ইয়াৰ মাজেৰে প্ৰবাহিত প্ৰবাহক বাধা দিয়ে। ৰোধৰ S.I. একক হ'ল ওম।
Similar questions