Science, asked by 20dipankarsaikia04, 10 hours ago

Q. সমান্তৰাল সজ্জাত থকা ৰোধৰ সম্পৰ্ক যদি R1>R2>R3 হয়, সিহঁতৰ মাজেৰে যোৱা বিদুৎ প্ৰবাহৰ সম্পৰ্ক কি হ'ব?

For Assamese ,
Don't spam ❌​

Answers

Answered by Anonymous
3

Answer:

সমান্তরাল সমবায় থাকা তুল্য রোধ,

(1/R)=1/R1+1/R2+1/R3

আমরা জানি, সমান্তরাল সমবায় থাকা তুল্যরোধ ক্ষুদ্রতম রোধ অপেক্ষায় ছোট।

1/R<1/R3

I hope you understand.

Answered by TRISHNADEVI
6

ANSWER :

 \\

I₁ < I₂ < I₃

  • ✎ সমান্তৰাল সজ্জাত থকা ৰোধৰ সম্পৰ্ক যদি R₁ > R₂ > R₃ হয়, তেন্তে সিহঁতৰ মাজেৰে যোৱা বিদুৎ প্ৰবাহৰ সম্পৰ্ক হ'ব : I₁ < I₂ < I₃ .

___________________________________________________________

KNOW MORE :

 \\

  • বিদ্যুৎ : বিদ্যুৎ হৈছে এক প্ৰকাৰৰ শক্তি । এই শক্তি ৰাসায়নিক বিক্ৰিয়াৰ শক্তি, ডাইনেম'ৰ যান্ত্ৰিক ঘূৰ্ণন আদিৰ অন্যশক্তিৰ পৰা উৎপাদন কৰিব পাৰি।

  • বিদ্যুৎ প্ৰবাহ : যদি এডাল পৰিবাহীত বৈদ্যুতিক আধানৰ সৰবৰাহ হয়, তেন্তে সেই পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ চালিত হোৱা বুলি কোৱা হয়। বৈদ্যুতিক প্ৰবাহক এম্পিয়াৰ এককত প্ৰকাশ কৰা হয়।

  • ওমৰ সূত্ৰ : উষ্ণতা স্থিৰ থকা অৱস্থাত প্ৰদত্ত পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ V, পৰিবাহীৰ মাজেৰে প্ৰবাহিত বৈদ্যুতিক প্ৰবাহৰ সামানুপাতিক।

গতিকে, যদি,

  • V = পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ

  • I = পৰিবাহীৰ মাজেৰে প্ৰবাহিত বৈদ্যুতিক প্ৰবাহ

তেন্তে, ওমৰ সূত্ৰ অনুসৰি,

  • V ∝ I\sf{\frac{V}{I}} = R ⇒ V = I R

য'ত,

  • R এটা সামানুপাতিক ধ্ৰুৱক, যাক ৰোধ বোলা হয়।

  • ৰোধ : ৰোধ হৈছে পৰিবাহীৰ এটা ধৰ্ম, যি ধৰ্মৰ বাবে পৰিবাহীয়ে ইয়াৰ মাজেৰে প্ৰবাহিত প্ৰবাহক বাধা দিয়ে। ৰোধৰ S.I. একক হ'ল ওম।

Similar questions