World Languages, asked by Anonymous, 4 months ago

Q) চমুটোকা লিখা।
১) প্ৰতিধ্বনি
২) ৰেডিঅ'
৩) গ্ৰামোফোন
৪) ইন্টাৰনেট
৫) দূৰভাষ
The question is written in Assamese so please answer it in Assamese.
No Spam please!!!!​

Answers

Answered by sgokul8bkvafs
7

Answer:

Explanation:

 

Homeera of one-party dominance

এটা দলৰ আধিপত্যৰ যুগ(Era of One Party Dominance) Class 12, Political Science Notes Based on AHSEC

by

Admin

-

July 26, 2020

0

এটা দলৰ আধিপত্যৰ যুগ

era of one-party dominance

এটা দলৰ আধিপত্যৰ যুগ

 

প্ৰশ্নোত্তৰ

 

১)ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

 

২)ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম আয়ুক্ত কোন আছিল?

উত্তৰঃ সুকুমাৰ সেন।

 

৩)কেতিয়াৰ পৰা সমগ্ৰ দেশতেই EVM ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ ২০০৪ চনত।

 

৪) EVMৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ Electronic Voting Machine.

 

5)ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত হৈছিল?

উত্তৰঃ ১৯৫২ চনত।

 

৬) প্ৰথম ভোটাৰ তালিকাখনৰ খচৰা প্ৰকাশ হোৱাৰ সময়ত কেইলাখ মহিলাৰ নাম বাদ পৰিছিল?

উত্তৰঃ প্ৰায় ৪০ লাখ।

 

৭)প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ ৩৬৪খন আসন।

 

 

৮)প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰধান বিৰোধী দল কোনটো আছিল?

উত্তৰঃ ভাৰতীয় সাম্যবাদী দল।

 

৯)প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভোট লাভ কৰিছিল?

উত্তৰঃ ৪৫ শতাংশ।

 

১০)দ্বিতীয় সাধাৰণ নিৰ্বাচন কোন চনত অনুস্থিত হৈছিল?

উত্তৰঃ ১৯৫৭ চনত।

 

১১) তৃতীয় সাধাৰণ নিৰ্বাচন কোন চনত অনুস্থিত হৈছিল?

উত্তৰঃ ১৯৬২ চনত।

 

১২)কংগেছ সমাজবাদী পাৰ্টি কেতিয়া গঠিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

 

১৩)দেশৰ সংবিধানে এটা মাত্ৰ ৰাজনৈতিক দলক অনুমোদন জনোৱা ২ খন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ইটালী আৰু চীন।

Answered by DISTANTADEKA
18

ইন্টাৰনেট

উত্তৰঃ ইণ্টাৰনেট আধুনিক বিজ্ঞানৰ এক চাঞ্চল্যকৰ আৱিষ্কাৰ । ১৯৬৯ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে বাহিৰৰ কোনো শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে সৈন্যবাহিনীক সষ্টম কৰাৰ বাবে কম্পিউটাৰৰ যোগে জাননী দিয়াৰ প্ৰচেষ্টা চলাই ইণ্টাৰনেটৰ প্ৰচলন কৰিছিল।ইন্টাৰনেটৰ উপকাৰিতাৰ কথা জনাৰ পিছত সমগ্ৰ পৃথিৱীতে ইয়াৰ দ্ৰুত প্ৰসাৰ ঘটিছিল ।

ইণ্টাৰনেটৰ যোগে মানুহে লাগতিয়াল যিকোনো তথ্য উলিয়াই ল'ব পাৰে । সেইবোৰ কাৰণতে মাত্ৰ চাৰি বছৰ ভিতৰত ইণ্টাৰনেটে পৃথিৱীৰ জনপ্রিয়তা লাভ কৰি সম্প্ৰসাৰিত হৈছিল । এতিয়াৰ পৰা ৩০ বছৰ আগতে আৱিষ্কাৰ হোৱা ইণ্টাৰনেট বৰ্তমান মানৱ সভ্যতাৰ অপৰিহাৰ্য হৈ পৰিছে ।

গ্রামোফোন

উত্তৰঃ ১৮৮৭ চনত ইমিল বাৰ্লিনাৰ নামৰ আমেৰিকান বিজ্ঞানী এজনে গ্রামোফোন আৱিষ্কাৰ কৰিছিল। এসময়ত মনোৰঞ্জনৰ বাবে গীত – মাত পৰিৱেশনৰ ক্ষেত্ৰত গ্রামোফোনেই জনপ্রিয় আহিলা আছিল ৰেডিঅ' বা দূৰদৰ্শনৰ প্ৰচলনে গ্রামোফোনৰ চাহিদা কমাইছে যদিও ইয়াৰ ব্যৱহাৰ লুপ্ত হোৱা নাই ।

ৰেডিঅ'

উত্তৰঃ ১৮৯৫ চনত ইটালী দেশৰ বিজ্ঞানী কাউন্ট গুগিয়েল্মো মার্কনিয়ে ৰেডিঅ' বা অনাৰ্তাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। দূৰদৰ্শন আৱিষ্কাৰৰ পূৰ্বে ৰেডিঅ’ই মানুহক দেশ – বিদেশৰ বতৰা দিছিল । মনোৰঞ্জন আৰু জ্ঞান লাভৰ বাবে গীত – মাত, নাট , কাহিনী, ইতিহাস আদি পৃথিৱীৰ সকলো ঠাইতে পৰিৱেশন কৰিছিল।

দেশৰ সংকট কালত, যুদ্ধ – বিগ্ৰহৰ সময়ত ৰেডিঅ’ই বাতৰি যোগান আৰু ল'বলগীয়া সতৰ্কতাৰ জাননী দিছিল । আজিও ৰেডিঅ'ৰ জনপ্ৰিয়তা কমি যোৱা নাই দূৰদৰ্শনে ঢুকি নোপোৱা ঠাই আৰু কৰ্মব্যস্ত মানুহক ৰেডিঅ'ই আজিও বা-বাতৰি যোগোৱাৰ উপৰি মনোৰঞ্জন দি আছে ।

দূৰভাষ

উত্তৰঃ ১৮৭৬ চনত স্কটলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহামবেলে দূৰভাষ বা টেলিফোন আৱিষ্কাৰ কৰিছিল । দূৰ সংযোগ দ্রুততৰ কৰি দূৰভাষে মানৱ জাতিৰ অশেষ উপকাৰ সাধন কৰিছে । টেলিফোনৰ দ্বাৰা পৃথিৱীৰ যিকোনো দূৰত্বত থকা জনৰ সৈতে সংযোগ স্থাপন কৰি কথা বতৰা পাতিব পাৰি ৷

নিমিষতে খা – খবৰ আদান প্ৰদানৰ সুবিধা দি দূৰভাষ বা টেলিফোনে মানুহৰ উদ্বিগ্নতা নোহোৱা কৰিছে।

মই প্ৰতিদধ্বনিত নাজানো

কিন্তু প্লেয়াছে মোক ব্ৰেইনলিষ্ট বুলি নাম দিয়ক

please mark me as brainleast

Similar questions