Science, asked by XxCharmingGuyxX, 3 months ago

question :- বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ?
প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাপে ডি.এন. এ. (DNA) ৰ প্রতিলিপিকৰণ কিয় প্রয়ােজন?​

Answers

Answered by omkarghate09a29
0

Explanation:

And give the relative his rights, and the poor, and the wayfarer, and do not squander wastefully. और क़राबतदारों और मोहताज और परदेसी को उनका हक़ दे दो और ख़बरदार फुज़ूल ख़र्ची मत किया करो

And give thou to the kinsman his due, and also unto the needy and the wayfarer; and squander not in squandering. और क़राबतदारों और मोहताज और परदेसी को उनका हक़ दे दो और ख़बरदार फुज़ूल ख़र्ची मत किया करो

And give to the near of kin his due and (to) the needy and the wayfarer, and do not squander wastefully. और क़राबतदारों और मोहताज और परदेसी को उनका हक़ दे दो और ख़बरदार फुज़ूल ख़र्ची मत किया करो

Give the kinsman his due, and the needy, and the wayfarer, and squander not (thy wealth) in wantonness. और क़राबतदारों और मोहताज और परदेसी को उनका हक़ दे दो और ख़बरदार फुज़ूल ख़र्ची मत किया करो

The teacher must guide and encourage students as an elder wayfarer on the same path of learning as they, only a little further along perhaps. शिक्षक को ज्ञान के एक ही मार्ग पर अलबत्ता थोड़े आगे चलने वाले बुजुर्ग राहगीर की तरह छात्रों का पथ-प्रदर्शन एवं उत्साहवर्द्धन करना चाहिए।

Answered by hemantabaruah23
2

Explanation:

1/ আংগিক বিস্তাৰণৰ জড়িয়তে উৎপত্তি হোৱা উদ্ভিদ সমূহৰ ফল-ফুল বীজৰ দ্বাৰা উৎপত্তি হোৱা উদ্ভিদতকৈ আগতীয়াকৈ ধৰে, আৰু আংগিক বিস্তাৰণৰ জড়িয়তে উৎপত্তি হোৱা উদ্ভিদ সমূহ পিতৃ মাতৃৰ লগত আনুবংশিকভাৱে একে হোৱাৰ লগতে চৰিত্ৰগতভাৱেও একে হয়। সেইবাবেই বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ।

2/ DNA অণুত বংশগত বৈশিষ্ট নিহিত হৈ থাকে ৷ DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে ৷ প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ প্রয়ােজন কাৰণ DNAৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয় ৷ ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে ৷ ইয়াৰ উপৰিও DNA প্ৰতিলিপিৱে জীৱ দেহৰ অবয়ব এনেদৰে গঠন কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে নতুন জীৱবোৰ উপযোগী হৈ উঠে ৷

mark this answer as Brainlist

Similar questions