India Languages, asked by XxCharmingGuyxX, 2 months ago

question :-শিক্ষাৰ ত্ৰিপাক্ষিক সিদ্ধান্ত অনুসৰি শিক্ষাৰ উপাদান কি কি?​

Answers

Answered by TRISHNADEVI
2

ANSWER :

 \\

শিক্ষাৰ ত্ৰিপাক্ষিক সিদ্ধান্ত অনুসৰি শিক্ষাৰ উপাদান তিনিটাসেইকেইটা হ'ল :-

  • (i) শিক্ষক

  • (ii) শিক্ষাৰ্থী

  • (iii) সামাজিক পৰিৱেশ

___________________________________________________________

EXPLANATION :

 \\

ত্ৰিপক্ষীয় পদ্ধতি হিচাপে শিক্ষা :-

  • ✎ জন ডিউইৱে শিক্ষাক "ত্রিপক্ষীয় পদ্ধতি" হিচাপে অভিহিত কৰিছে ।

  • ✎ শিক্ষাৰ ত্ৰিপাক্ষিক সিদ্ধান্ত অথবা ত্রিপক্ষীয় পদ্ধতি হিচাপে শিক্ষাৰ উপাদান তিনিটা হ'ল শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ ।

  • ✎ শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশে শিক্ষা ফলপ্রসূ কৰি তোলে ।

  • ✎ শিক্ষকে সমাজৰ প্ৰয়োজন অনুযায়ী শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন কৰিবলৈ বিচাৰে ৷ শিক্ষা সদায় সামাজিক প্রয়োজন পূৰাব পৰাকৈ প্ৰস্তুত কৰিব লাগে । গতিকে, শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত প্ৰতিটো পক্ষই নিজস্ব ভূমিকা গ্রহণ কৰে ।

  • ✎ শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ্থী হ’ল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী, শিক্ষক হ’ল ক্ৰিয়া পৰিচালনাকাৰী, আৰু সামাজিক পৰিৱেশ হ’ল শিক্ষা বিষয় আৰু তাৰ গতি নিৰ্ধাৰণকাৰী । এই তিনিওটা পক্ষৰ পাৰস্পৰিকতাই শিক্ষাত গণতন্ত্ৰৰ নীতি কাৰ্যকৰী কৰি তুলিব পাৰে ।
Answered by kritee88
3

Answer:

→ শিক্ষাৰ ত্ৰিপাক্ষিক সিদ্ধান্ত অনুসৰি শিক্ষাৰ উপাদান তিনিটা হ'ল —

ক) শিক্ষক

খ) শিক্ষাৰ্থী

গ) আৰু, সামাজিক পৰিৱেশ ।

(জন ডিউই শিক্ষক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া স্বৰূপে অভিহিত কৰিছিল । )

Explanation:

Hope this will help you.

Similar questions