World Languages, asked by beautyXemmy, 1 month ago

চাকৰিৰ বাবে আবেদন | ( Sithi )

Plz No Spam
@Assamese Girl​

Answers

Answered by Anonymous
1

Answer:

বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়। বৰ্তমান সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ কামকাজত চিঠি পত্ৰৰ ব্যাপক ব্যবহাৰ দেখা যায়। যেনে চাকৰি সংক্ৰান্তত আবেদন, ছুটিৰ বাবে আবেদন, মন্ত্ৰী, বিধায়ক বা কোনো চৰকাৰী বিভাগলৈ আবেদন আদি বহু ক্ষেত্ৰত চিঠিপত্ৰ সহায় লব লাগে। এনেধৰণৰ পত্ৰ লিখোঁতে বহু ক্ষেত্ৰত আমি কি লিখিম, কি নিলিখিম আদি ভাব আহে। সকলো চিঠিপত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোতে কিছুমান সাধাৰণ নীতি নিয়ম মানি চলা উচিত।তেনে কিছুমান সাধাৰণ নিয়ম তলত উল্লেখ কৰা হল

Answered by beautyxSis
68

সন্মানপূর্বক বিনীত নিবেদন এই যে আপােনাৰ অধীনত থকা বিদ্যালয়ত

সহ শিক্ষকৰ পদ খালী থকা বুলি যােৱা ২৮-২-০৯ ইং তাৰিখৰ কাকতত প্রকাশ

পােৱা বিজ্ঞাপন যােগে জানিব পাৰিছে। সেয়ে উক্ত পদত নিযুক্তিৰ কামনা কৰি

আপােনাৰ ওচৰত মই আৱেদন জনালোঁ। লগতে মােৰ বিষয়ে প্রয়ােজনীয় অহঁতৰ

তথ্য আৰু প্রমাণপত্র এই আৱেদনৰ লগতে সংলগ্ন কৰি দিয়া হৈছে।

নামঃ Moina Kalita

পিতাঃনৰহৰি কলিতা

গাঁও শিলা

পােঃ ভেল্লা

জিলা ঃ বৰপেটা (অসম)

শিক্ষাঃ এম. এ. (বুৰঞ্জী)

আপােনাৰ বিশ্বাসী

(স্বাক্ষৰ)

Similar questions