লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভূমিৰ উৰ্বৰতা উদ্ধাৰ কৰিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়?
❌❌No spams❌❌
Answers
Answered by
37
লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভূমিৰ উৰ্বৰতা উদ্ধাৰ কৰিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়?
লেথাৰি নিছিগাকৈ খেতি কৰিলে খেতি পথাৰৰ উৰ্বৰতা হ্ৰাস হয় । এনে ভূমিৰ উৰ্বৰতা উদ্ধাৰ কৰিবলৈ তলত দিয়া পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় :
- জৈৱিক সাৰ ব্যৱহাৰ কৰিলে খেতিৰ উৰ্বৰতা উদ্ধাৰ কৰিব পাৰি।
- সেউজীয়া সাৰৰ(green manure) ব্যৱহাৰে খেতি কৰিবলৈ ব্যৱহাৰ হোৱা মাটিৰ অৱস্থা উত্তম কৰি ৰাখে।
- শস্যৰ ভাল বৃদ্ধিৰ বাবে মাটিৰ ভাল যত্ন লোৱা অতিকৈ আৱশ্যক।
- মাটি ভালে ৰাখিবলৈ হাল বাব লাগে।
- ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিলে খেতি পথাৰৰ উৰ্বৰতা উদ্ধাৰ নহয়।
____________________________
Answered by
4
ways to tackle this:
1) জৈৱিক সাৰ ব্যবহাৰ কৰিৱ পাৰি।
২) মিশ্র শস্য প্রক্রিয়া(mixed cropping) অনুশীলন কৰিৱ পৰা যায়।
৩) 'crop rotation' প্রক্রিয়া অনুশীলন কৰাটো উচিত।
crop rotation tu Assamese ot ki koi najanu. teacherjonik khudhi loba
Similar questions