Science, asked by 20dipankarsaikia04, 5 hours ago

কাৰ্যকৰী মূলক কাক বোলে?


This is for only Assamese medium

Don't spam❌​

Answers

Answered by Anonymous
9

Your  \: answer  \: is  \: here :

কাৰ্বনে হাইড্ৰ'জেনৰ উপৰিও অন্য পৰমাণু যেনে হেল'জেন, অক্সিজেন, ছালফাৰ আৰু নাইট্ৰজেনৰ সৈতে লগ লাগি বেলেগ বেলেগ যৌগ গঠন কৰে। এইবিলাক যৌগত হাইড্ৰ'জেনৰ ঠাইত প্ৰতিস্থাপিত কৰা মৌলটোক বিষম পৰমাণু বুলি গণ্য কৰা হয়। এই বিষম পৰমাণুৱে কাৰ্বন আৰু হাইড্ৰ'জেনৰ সৈতে লগ লাগি এটা পৰমাণু থূপ সৃষ্টি কৰে, যিয়ে যৌগটোক এটা বিশেষ ধৰ্ম প্ৰদান কৰে। এই পৰমাণু থূপকে কাৰ্যকৰী মূলক বুলি কোৱা হয়।

⇒কাৰ্যকৰী মূলকবোৰ হ'ল জৈৱ যৌগৰ অণুত থকা বিষম পৰমাণুৰে গঠিত একোটা বিশেষ থূপ। এই অণুবোৰে বৈশিষ্ট্যপূৰ্ণ ৰাসায়নিক বিক্ৰিয়া দেখুৱায়।

⇒হাইড্ৰ'কাৰ্বন শৃংখল এটাত হাইড্ৰ'জেন পৰমাণু প্ৰতিস্থাপিত কৰা এলক'হল মূলকৰ দৰে পৰমাণু অথবা পৰমাণুৰ সমষ্টিটোৱেই হ'ল কাৰ্যকৰী মূলক।

⇒ কেইটামান কাৰ্যকৰী মূলক হ'ল : হাইড্ৰ'ক্সিল মূলক, এলডিহাইড মূলক, কিটন' মূলক, কাৰ্বক্সিলিক মূলক আদি।

Answered by TRISHNADEVI
5

ANSWER :

 \\

★ কাৰ্বনে হাইড্ৰ'জেনৰ উপৰিও অন্য পৰমাণু যেনে হেল'জেন, অক্সিজেন, ছালফাৰ আৰু নাইট্ৰজেনৰ সৈতে লগ লাগি বেলেগ বেলেগ যৌগ গঠন কৰে। এইবিলাক যৌগত হাইড্ৰ'জেনৰ ঠাইত প্ৰতিস্থাপিত কৰা মৌলটোক বিষম পৰমাণু বুলি গণ্য কৰা হয়। এই বিষম পৰমাণুৱে কাৰ্বন আৰু হাইড্ৰ'জেনৰ সৈতে লগ লাগি এটা পৰমাণু থূপ সৃষ্টি কৰে, যিয়ে যৌগটোক এটা বিশেষ ধৰ্ম প্ৰদান কৰে। এই পৰমাণু থূপকে কাৰ্যকৰী মূলক বুলি কোৱা হয়।

  • কাৰ্যকৰী মূলকবোৰ হ'ল জৈৱ যৌগৰ অণুত থকা বিষম পৰমাণুৰে গঠিত একোটা বিশেষ থূপ। এই অণুবোৰে বৈশিষ্ট্যপূৰ্ণ ৰাসায়নিক বিক্ৰিয়া দেখুৱায়।

  • ↠ হাইড্ৰ'কাৰ্বন শৃংখল এটাত হাইড্ৰ'জেন পৰমাণু প্ৰতিস্থাপিত কৰা এলক'হল মূলকৰ দৰে পৰমাণু অথবা পৰমাণুৰ সমষ্টিটোৱেই হ'ল কাৰ্যকৰী মূলক

  • কেইটামান কাৰ্যকৰী মূলক হ'ল : হাইড্ৰ'ক্সিল মূলক, এলডিহাইড মূলক, কিটন' মূলক, কাৰ্বক্সিলিক মূলক আদি।
Similar questions