translate into english 1) আমাৰ জিলাখনৰ নাম বৰপেটা। 2) এইখন অসমৰ ১৫ সংখ্যাক জিলা। 3) ইয়াত বহুতো বিদ্যালয় আৰু মহাবিদ্যালয় আছে । 4)বৰপেটা নগৰখন শিল্পী সাহিত্যিকৰ নগৰ। 5) ইয়াত শিক্ষিত হাৰও অধিক। 6) ইয়াত এখন মেডিকেল কলেজ আছে। 7) মোৰ গাঁৱৰ নাম ৰামপুৰ ।
Answers
Answered by
0
Answer:
The name of my district is Barpeta. 2) This is the 15-digit district of Assam. 3) There are many schools and colleges. 4) The artist is not a writer. 5) More than educated. 6) Yat now has a medical college. 7) The name of Morgaon is Ramapur.
Explanation:
pls mark as brainlist
Similar questions