India Languages, asked by lionchamp4, 5 months ago

TRANSLATE the following into English
(i) তােমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।
(ii) তেখেতে এইখন গাঁৱত জন্মগ্রহণ কৰিছিল।
(iii) তেখেত মােৰ দেউতাৰ বন্ধু।
(iv) তােমালােক এতিয়া দিল্লীত থাকা, নহয়জানাে ?
(v) তুমি অসমীয়া লিখিব পাৰানে?
|
(vi) অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
|
(vii) আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
|
(viii) কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
(ix) তুমি আহিলে এই বিহু নৃত্য উপভােগ কৰিব পাৰিবা।
(x) তােমাক লগ পালে মই বৰ আনন্দ পাম।​

Answers

Answered by abhilekha88
10

Answer:

1.Your father came to our village.

2.He/she get birth in this village.

3.He/she is my father's friend.

4.You live in Delhi now,right?

5. Can you write Assamese?

6.Please,come to our house in Bohag Bihu.

7.Our village Bihu doesn't celebrate in stage.

8.Some girls and boys dance Bihu in paddy field.

9.You can enjoy Bihu dace here if you came here.

10.I will be happy to meet you.

Answered by saikiadipok660
1

Explanation:

कल ट्यूशन है या नहीं है tuition

Similar questions