Science, asked by bhoirabmandal82, 19 days ago

লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?​

Answers

Answered by leenath
4

Answer:

Explanation:

লােহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? উঃ ইথাইন আৰু অক্সিজেন দহন কৰিলে যথেষ্ট পৰিমাণে তাপ আৰু পােহৰ উদ্ভৱ হয়।

Similar questions