English, asked by jussie6532, 1 year ago

Why it is important to find a balance between the personal freedom you may have and behaving responsibly in social circles?

Answers

Answered by bhargav12345you
0

আমাৰ হাতে smart phone বোৰ হোৱাত photo উঠাৰো হিচাব নাই..মন গলেই একপি উঠি লওঁ..আজিৰ এই সন্ধিক্ষণত তহানিৰ সেই স্কুলীয়া দিনবোৰলৈ ওভতি যাৱৰ মন গ'ল..সৰস্বতী পূজাৰ দিনতোলৈ বাট চাই ৰৈ থকো..কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম এমাহমানৰ আগৰ পৰাই বাচনি আৰম্ভ হৈ যায়..সেই বিশেষ দিনটোত সাজিকাচি গৈ সৰস্বতী মাক প্ৰণাম জনাই লগৰকেইজনীৰে সৈতে পোনচাটেই ফটো উঠা দোকানখনপাওঁগে..ফটোগ্ৰাফাৰজনৰ নিৰ্দেশ মতে

Similar questions