write a paragraph on the celebration of rangali bihu....in assamese and if u don't know in assamese then plz don't answer in other languages.
Google answers will be reported
and spammers stay away
Attachments:
Answers
Answered by
3
Bogah bihu one of the most major festival of assam commonly known as rongali bihu is celebrated in assam during middle the month of april. It is the most popular bihu celebrates the onset of the assamese.New year and the coming of spring.This marks the first day of hindu solar calendar and also observed in bengal,nepal,kerala,tamilnadu though called by different names like pongal in south india,Baisakhi in north india,This festival is celebrate the whole month
pls
pls mark me as a brainlist
pls
pls
shinchan142:
Hey
Answered by
10
Hey bhonti here is your answer:
বহাগ বিহু চত মাহৰ সংক্ৰা তিৰ দিনা পালন কৰা হয়। নতুন বছৰৰ আৰম্ভণিৰ লগে লগে আামাৰ চাৰিওফালৰ গছ গছনিয়ে এক অপৰূপ ৰূপ ধাৰণ কৰে।
বসন্ত কালৰ আগমন হোৱা লগে লগে গছে পাতে ন-ৰূপ লয়, নানা বৰণীয়া ফুলেৰে প্রকৃতি ৰমক জমক হৈ পৰে। এনে পৰিৱেশতে অসমীয়া মানুহে বহাগৰ বিহু বা ৰঙালী বিহু সাত দিনীয়াকৈ পালন কৰে।
বহাগ বিহুৰ প্রথম দিনটোতেই গাই গৰু নোৱাই ধুৱাই, নতুন পঘা দি, সন্ধ্যা জাক দি, পিঠা-পনা খুৱাই বছৰটোৰ খেতি বাতিৰ কাৰণে সাজু কৰি তোলা হয়।
বিহু নাচ, বিহু নাম অসমীয়া লোক সংস্কৃতিৰ অনুপম নিদৰ্শন। ঢোল, পেপা, গগনা, সুতুলি, টকা আদি বাদ্যসমুহ এই বিহুতেই সাৰ পাই উঠে বুলিব পাৰি। এই বিহুৰ মাজেদিয়েই আমাৰ সংস্কৃতিৰ এক অনুপম নিদৰ্শন দেখিবলৈ পোৱা যায়।
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জাছিলো।।।

Similar questions