Write about Mahatma Gandhi in assamese language?
Answers
Explanation:
I hope you get answer followed me mark me brain list
১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্ধৰত মহাত্মা গান্ধীৰ জন্ম হয়। তেওঁৰ আচল নাম মোহন দাস কৰমচাঁন্দ গান্ধী। তেখেতৰ পিতৃৰ নাম আছিল কৰমচাঁন্দ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ। তেখেতে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিলাতলৈ য়ায।
বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ আহে। পোনতে তেখেতে ভাৰতত ওকালিত ব্যৱসায় আৰম্ভ কৰে। পিছত এটি মোকৰ্দমানৰ গইনা লৈ দক্ষিণ আফ্ৰিকালৈ যায়। তেখেতে তাতে কেইবা বছৰো থাকি সূখ্যাতিৰে নিজৰ ব্যৱসায় চলায়।
বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ আহে। পোনতে তেখেতে ভাৰতত ওকালিত ব্যৱসায় আৰম্ভ কৰে। পিছত এটি মোকৰ্দমানৰ গইনা লৈ দক্ষিণ আফ্ৰিকালৈ যায়। তেখেতে তাতে কেইবা বছৰো থাকি সূখ্যাতিৰে নিজৰ ব্যৱসায় চলায়।
সেই সময়ত বিদেশত ভাৰতীয় সকলে বগা চাহাব সকলৰ পৰা সততে অপমান পাইছিল। দক্ষিণ আফ্ৰিকাতো ভাৰতীয় সকলক ভাল চকুৰে চোৱা নাছিল। অকল ভাৰতীয় সকল নহয় “কলা ছালৰ” মানুহবোৰকো বগা চাহাব সকলে নানা লাঞ্ছনা দিছিল। মহাত্মা গান্ধীয়ে সেই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সকলো মানুহৰে সমান অধিকাৰ ধ্বনিৰে দক্ষিণ আফ্ৰিকাৰ বুকুত কঁপনি তুলিছিল। তেখেতৰ লগত আৰু বহুতো সহযোগ কৰি সেই অৱস্থাৰ বহুখিনি উন্নতি সাধন কৰিছিল।
hope its help u