. Write the names of আছাম এছচিয়েচনৰ প্রথম সভাপতি আৰু সম্পাদকৰ নাম লিখা। Pevolt of 1857 in Assam. cu1
Answers
Answer:
Revolt of 1857 in Assam
revolt was caused by wide spread discontent that the British policies in India had created. The policy of conquest pursued by the British had created unrest among many Indian rulers and chiefs. British had entered into agreements with them under a system of subsidiary alliance.
Answer:
অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়[1]। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেতে সম্পাদকৰ পদত অধিষ্ঠিত আছিল[2]।