India Languages, asked by smritakalita2004, 9 months ago

চমু টোকা লিখা: ২

www (world wide web) ৱেব ​

Answers

Answered by hemantabaruah23
3

WWW(world wide web)ৱেব

১৮৮৯ চনত চুইজাৰলেণ্ডজেনেভাত অবস্থিত পদাৰ্থকণিকাৰ তাত্ত্বিক আৰু গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱীবিখ্যাত গৱেষণাকেন্দ্ৰ চার্ণ (European organisation of Nuclear Research)ত 'ৱর্ল্ড ৱাইড ৱেব' WWW (world wide web) ধাৰণাটোৰ বীজ অঙ্কুৰিত হৈছিল। পৃথিৱীজুৰি সিচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামুহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াত তথ্যসমূহ পাঠ, গ্রাফিকছ, ভিডিঅ' আৰু অধিক'ৰ মাধ্যমত থাকে।

mark this answer as Brainlist

Similar questions