Math, asked by rashidulislam6253, 16 days ago

কাষৰ চিত্ৰটোৰ পৰা x ৰ মাপ উলিওৱা। 5 ছেমি। 48 5 ছেমি X 12 A​

Answers

Answered by pnandinihanwada
0

Step-by-step explanation:

ABC, <BCA, <ACB তিনিটা কোণ

A, Bআৰু C তিনিটা শীৰ্ষ বিন্দু

এিভুজ সম্পৰ্কে সম্যক ধাৰণা পাবলৈ ইয়াক দুটা ভাগত ভাগ কৰা হয়-

6.2বাহু হিচাপে এিবুজৰ প্ৰকাৰ:

!) বিষমবাহু এিভুজ (Scalene Triangle): এটা এিভুজৰ তিনিওটা বাহুৰ জোক বেলেগন বেলেগ হলে এিভুজটোক বিষমবাহু এিভুজ বোলা হয়।

!!) সমদ্ধিবাহু এিভুজ (isosceles Triangle): এটা এিভুজৰ যিকোনো দুটা বাহু পৰস্পৰ সমান হলে এিভুজটোক সমদ্ধিবাহু এিভুজ বোলা হয়।

!!!) সমবাহু এিভুজ (Equilateral Triangle):এিভুজ এটাৰ বাহু তিনিডালৰ মাপ পৰস্পৰ সমান হলে ইয়াক সমবাহু এিভুজ বোলা হয়।

6.3 কোণ হিচাপে এিভুজৰ প্ৰকাৰ:

!) সুক্ষ্মকোণ এিভুজ (Acute-angled Triangle): যি এিভুজৰ তিনিওফালে কোণেই সূক্ষ্মকোম অৰ্থাৎ প্ৰতিটো কোণেই সমকোণতকৈ সৰু তাকেই সূক্ষ্মকোণ এিভুজ বোলা হয়।

!!) সমকোণী এিভুজ (Right angled Triangle): যি এিভুজৰ এটা কোণ সমকোণ অৰ্থাৎ 900 সেই এিভুজক সমকোমী এিভুজ বোলা হয়।

!!!) স্হলকোণী এিভুজ (Right angle Triangle): যি এিভুজৰ এটা কোণ স্হলকোণ অৰ্থাৎ সমকোণতকৈ ডাঙৰ কিন্ত্ত সৰল কোণতকৈ সৰু তাকেই স্হলকোণী এিভুজ বোলা হয়।

Similar questions