Science, asked by duttagargee7, 3 months ago

১X ৭=৭
তলৰ যিকোনাে সাতােটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা ও
(ক) Comedy of Errors'-ৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ’ কোন চনত প্ৰকাশ পাইছিল ?
(খ) কথা-কবিতা কোন শতিকাৰ উল্লেখযােগ্য সৃষ্টি?
(গ) এনক আর্ডেন’ৰ অনুবাদকগৰাকীৰ নাম লিখ।
(ঘ) আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?
(ঙ) কোন দেশৰ প্রাচীন নৃপতিসকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল ?
(চ) সংযতভাৱে জীৱন যাপন কৰি প্রাপ্তিতে নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয় ?
(ছ) শীলভদ্ৰৰ প্রথম গল্প সংকলনটিৰ নাম কি?
(জ) ভূপেন হাজৰিকাই প্রতিধ্বনি’ ছবিখন কোন জনগােষ্ঠীৰ লােককথাৰ ভেটিত নির্মাণ কৰিছিল ?
(ঝ) উপকল্প’ শব্দটোৰ অর্থ লিখা।​

Answers

Answered by poonammishra148218
0

Answer:প্রঃ ওমব তীর্থ' কাব্যপুথিব মুল কি?

উ : 'ওমব তীর্থ' কাব্যপুথিব মূল হল- ফার্চী ছুফী কবি ওমব খায়ামব ব্বায়ত।

প্রঃ কোনগবাকী বিদেশী সাহিত্যিকব কোনটো কथা- কবিতাব লগত মগনিয়াবব সাদ্শ্য আছে?नारेषाযতীন্দ্রনাথ দুরবাব মগনিয়াব কথা কবিতাটো কোনগবাকী বচ সাহিত্যিকব কোনটো কবিতাব লগত সাদ্শ্য आছে?

উ : यতীন্দ্রনাথ দুরবাব মগনিয়া'ব কথা কবিতাটো বুছ সাহিত্যিক আইভান টুর্গেনিভব “The Beggar" নামব কথা কবিতাটোব লগত সাদ্শ্য আছে।

Explanation:

Step:1 (ঘ) আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?(ঙ) কোন দেশৰ প্রাচীন নৃপতিসকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল ?(চ) সংযতভাৱে জীৱন যাপন কৰি প্রাপ্তিতে নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয় ?(ছ) শীলভদ্ৰৰ প্রথম গল্প সংকলনটিৰ নাম কি?(জ) ভূপেন হাজৰিকাই প্রতিধ্বনি’ ছবিখন কোন জনগােষ্ঠীৰ লােককথাৰ ভেটিত নির্মাণ কৰিছিল ?(ঝ) উপকল্প’ শব্দটোৰ অর্থ লিখা।

Step:2 প্র: “কি হল একো কথা নাই"- ইয়াব কাবণে অশেষ ধন্যবাদ"–কথাষাব কোনে কি প্রসংগত কৈছিন বুজাইলিখা।উ : উক্ত কথাষাব যতীন্দ্রনাথ দুরবাব মগনিয়াব নামব কথা- কবিতাটোব পবা তুলি অনা হহছে। এই কথাষাব মগনিয়াবজনে কবি যতীন্দ্রনাথ দুরবাক কৈছিল।

কবিঢ়ে বাষ্টারে গৈ থাকোত হাড় ছাল ওলোরা, ফটা কাপোব পিল্ধা এজন মগনিয়াবক লগ পাইছিল। কবিঢয় সুন্দবকৈ বুজি পাইছিলে ভে তেওঁ দবিদ্রতাব কবলত পবি ত্কাই ক্ষিণাই গৈছে, সর্বদেহত দবিদ্রতাব চিল পবিস্ফুট। মগনিয়াবজনব প্রতি কবিব পুতৌ জনিছিল যদিও মগনিয়াবজনক দিবৗল কবিব হাতত একোরেই

Step:2 নাছিল। সেই সময়ত মগনিয়াবজনব দবে কবিয়ে নিজকে অসহায় আব০ ভিক্ষাবী বুলি অনুভর কবিছিল। সেই সময়ত মগনিয়াবজনব প্রতি

কবিব অন্তবত সহানুভূতিব বাহিবে দিবৗল একো নাছিল। কবিয়ে মগনিয়াবজন্নব দুহাতত সাবটি ধবি কৈছিল ককাই, মোব ওপবত খহ নকবিবা হমাব হাতত একোরেই নাই। লেয়েহে মগনিয়াজনব দুই ওঁঠেনে আনক্দব হাঁহি বিরিঙিছিল। মুখব মধুব মাত এষাবিও কেতিয়াবা বহুমূলীয়া দান হ'ব গাবে। তেঞঁ ভাবিছিল অন্তত এইজ্জনেই মানুহ যিজ্জনে মগনিয়াবজনক ঘৃণা নকবে। তেওঁব বাবে ইয়াতকৈ মহৎ দান একো হ'ব নোরাবে বুলি ভাবি মগনিয়াবজনে কবিক অশেষ ধন্যবাদ জনাইছিল। দুখীয়াব প্রতি মানরতাবোবেই ভে সর্বশ্রেষ্ঠ দান এই কথা কবিয়ে নিজেও বুজি পাইছিল। দবিদ্রতাব প্রতি থকা আন্তবিকতা, সহানুভূতি, এই

Step:3 প্রঃ মগানয়াব শাষক কথা কাবতাঢোব মূলভার লির্খা। F-20

উঃ 'মগনিয়াব নামব কথা-কবিতাটি কবি যতীন্দ্র নাথ দুরবাদেরব দ্বাবা বচিত। এদিনাখন কবি বাটেদি টৈ থারোতে এটা বুড়া বেমাবীহাড়-ছাল ওলাই ঞ্কাই-খীনাই যোরা মগনিয়াব দেখা পাইছিল। মগনিয়াবজন আহি কবিব কাষতে টৈছিলহি। কবিয়ে মগনিয়াবজনক ভালদবে পর্যবেক্ষণ কবি দেখা পাইছিল যে মগনিয়াবজনব ওঁঠ দুটা ঢেঁতা চকু দুটা বঙা আব্ গাত কাপোব বুলিবৗল অলপমান ফটা কাপোবব বাহিবে আন একোরেই নাই। কবিব নিজ্জ চকুব আগতে দবিদ্রতাব এনে তোক লগা দৃশ্য দেখা পাই মগনিয়াবজনব বাবে বহুত দুখ লাগিছিল, দুখত পবি যে কেনেকুরা হৈছে। কবিয়ে এনেদবে মগনিয়াবজনব কথা ভাবি থাকোতে মগািয়াবজনে তাব ওখহা অপবিষ্কাব হাতদুখন হেলি কবিক কিবা এটা দিবব বাবে অনুবোধ কবিলে। কবিয়ে লবালবিকৈ নিজ্ব চোলাব জেপত হাত সুমুরাই ত্খেিয়াই চালে, কিন্তু দুর্ডাগ্যবশতঃ মগনিয়াজন্নক দিবৗল কবিয়ে একোকে নাপালে, টকা নাই, ঘড়ী নাই আনকি এখন বম্মালো নাই।

To learn more about similar questions visit:

https://brainly.in/question/47838529?referrer=searchResults

https://brainly.in/question/45433420?referrer=searchResults

#SPJ1

Answered by dowarahmajun
1

Explanation:

উত্তৰ:

ক) ১৮৮৮

খ) ঊনৈশ

গ) শ্ৰীদুৰ্গাদাস লাহিড়ী

ঘ) অমৰকোষ

ঙ) কামৰূপৰ

চ) বৈৰাগী

ছ) বাস্তৱ

জ) খাচি জনগোষ্ঠী

ঝ) উপ-বিধি

Similar questions