Chemistry, asked by bindupareek7448, 4 months ago

এটা উজ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল ৷ মৌল ‘X’ ৰ নাম - *
2 points
(ক)Zn
(খ) Al
(গ) Cu
(ঘ) Fe

Answers

Answered by XxCharmingGuyxX
0

এটা উজ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল ৷ মৌল ‘X’ ৰ নাম - *

2 points

(ক)Zn

(খ) Al

(গ) Cu

(ঘ) Fe

উত্তৰ :- Cu.(কপাৰ বা তাম)

Equation is:-2 Cu (s) + O2(g) -> 2CuO

Similar questions