Social Sciences, asked by sanjib89, 1 year ago

অতি চম উত্তৰৰ প্রশ্ন
১। ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?​

Answers

Answered by XxCharmingGuyxX
2

প্রশ্ন:-ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?

উত্তৰ :- ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি মুদ্রা অৰ্থনীতিলৈ পৰিগণিত হৈছিল।

Similar questions