মানৰ দিন বুলিলে কি বুজা
Answers
Answered by
1
Answer:
বদন বৰফুকন আৰু পূর্ণানন্দ বুঢ়াগোহাঞৰ মাজত বিবাদ সৃষ্টি হয় আৰু বদনে অসমলৈ মানসকল লৈ আহে। ১৭১৬ চনত মানসকল অসমলৈ আহি চন্দ্ৰকান্ত সিংহক অসমৰ সিংহাসনত বহুৱাই আৰু বদনক পূর্বৰ মৰ্যদা ঘূৰাই দিয় "মন্ত্ৰী ফুকন " পাতে।
পূৰ্ণানন্দৰ পুতেক ৰুচিনাথ বুঢ়াগোহাঞে ৰাজধানী আক্ৰমণ কৰি পুৰন্দৰ সিংহক ৰজা পাতে। এই কথা শুনি ১৬১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰে। এইবাৰ অসমীয়া প্রজাক বেয়াকৈ অত্যাচাৰ কৰে। চন্দ্ৰকান্ত মানে পুনৰ ৰজা পাতি দিয়ে আৰু এজন মান সেনাপতি অসমত থৈ যায়।
মান সেনাপতি ঘূৰি যোৱাত পুনৰ আহিব নোৱাৰাকৈ মান আহা পথটো বন্ধ কৰাৰ যো-জা চলাওঁতে মানে খবৰ পাই পুনৰ অসম আক্ৰমণ কৰি অসমীয়াসকলক অত্যাচাৰ কৰে।
এইছোৱা সময়কে মানৰ দিন বোলা হয়।
mark this answer as Brainlist
Similar questions