India Languages, asked by kumartinkumoni, 8 months ago

বৰ্তমান যুগত কম্পিউটার জনপ্রিয়তা সম্পর্কে লিখা?​

Answers

Answered by Shahinshah
2

Answer:

বৰ্তমান যুগ আধুনিক যুগ আৰু বিজ্ঞানৰ যুগ । আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত মানুহে সৌৰজগতৰ সীমা চেৰাই গৈছে, টেষ্ট টিউবত প্ৰাণৰ স্পন্দন সম্ভৱ কৰি স্ৰষ্টাকো প্ৰত্যাহ্বান জনাইছে । বিজ্ঞানৰ এটি উল্লেখযোগ্য অৱদান হৈছে কম্পিউটাৰ । বৰ্তমান কম্পিউটাৰৰ জনপ্ৰিয়তা অধিক আৰু দিনক দিনে সেই জনপ্ৰিয়তা বাঢ়ি আছে । মহাকাশ গৱেষণা, চিকিৎসা বিজ্ঞান, তথ্য আৰু প্ৰযুক্তি, যোগাযোগ আদি সকলো ক্ষেত্ৰতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয় । মুঠৰ ওপৰত, আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলো কামতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ।

Similar questions