Art, asked by 936586, 1 year ago

প্ৰত্যয় কাক বোলে? পৰ প্ৰত্যয় আৰু পূৰ্ব প্ৰত্যয় ৰ দুটাকৈ উদাহৰণ দিয়া।

Answers

Answered by TRISHNADEVI
27

 \huge{ \underline{ \overline{ \mid{ \mathfrak{ \purple{ \:   \: ANSWER \:  \: } \mid}}}}}

যুক্ত প্ৰাকৃতি বা শব্দৰ লগত যোগ হৈ নতুন অৰ্থৱহ শব্দৰ সাধন কৰিব পৰা যুক্ত প্ৰাকৃতিবোৰক সৰ্গ বোলা হয় | শব্দ সাধনৰ সৰ্গবোৰক প্ৰত্যয় বুলি কোৱা হয় |

অসমীয়া ভাষাত প্ৰত্যয় প্ৰধানতঃ দুই প্ৰকাৰৰ -

 \text{ \pink{ \: 1. পূৰ্ব প্ৰত্যয় }} \\  \text{ \pink{ \:</p><p>2. পৰ প্ৰত্যয় }}

1. পূৰ্ব প্ৰত্যয় : উপসৰ্গবোৰকে পূৰ্ব প্ৰত্যয় বোলা হয় |

 \underline {\text{ \:   উদাহৰণ :}}\mapsto  \:  \: \text{বে - বেদখল} \\  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \text{আও - আওমৰণ}

2. পৰ প্ৰত্যয় : অসমীয়া ভাষাত পৰ প্ৰত্যয় দুই প্ৰকাৰৰ

(i) কৃৎ প্ৰত্যয় : ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্ৰত্যয়ক কৃৎ প্ৰত্যয় বোলে |

 \underline{ \text{  উদাহৰণ :}} \mapsto \:  \:  \text{বহ্ + -উৱা = বহুৱা} \\   \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: \text{শো + -অন = শোৱন}

(ii) তদ্ধিৎ প্ৰত্যয় : নামশব্দ বা প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়ক তদ্ধিৎ প্ৰত্যয় বোলে |

 \underline{ \text{ \: উদাহৰণ : }} \mapsto \:  \:  \text{খেত্ + -ই = খেতি } \\  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \text{</p><p>ধান + -অনি = ধাননি }

Answered by jogenkalita39
19

Answer:

শব্দৰ পিছত ব্যৱহাৰ হোৱা সৰ্গ বোৰক প্ৰত্যয় বোলে।

Similar questions