Geography, asked by alimdoj, 10 months ago

। পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ উল্লেখ কৰা।​

Answers

Answered by archana979460
0

did you mean " Mention the reasons for the increasing environmental problems of the world."

Next time please don't write in bangla

Answered by hemantabaruah23
1

Answer:

পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ দুই প্ৰকাৰৰ :- প্ৰাকৃতিক আৰু মানৱজনিত কাৰণ।

প্ৰাকৃতিক কাৰণ :- ভূমিকম্প, আগ্নেয় উদ্ধগিৰণ, খৰাং বতৰ আৰু বনজুই।

মানৱজনিত কাৰণ :- বননি ধ্বংস, জীবাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আৰু অত্যাধিক পক্ষুচাৰণ ।

mark this answer as Brainlist

Similar questions