Social Sciences, asked by degjaniwwcom, 7 months ago

২। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?​

Answers

Answered by hemantabaruah23
1

Answer:

শীতল যুদ্ধ বুলিলে অস্ত্র প্রয়োগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্রত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে বুজায় । দ্বিতীয় যুদ্ধৰ পৰৱৰ্তী সময়ত ছোভিয়েট আরু আমেৰিকাৰ অন্তর্গত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল ।

mark this answer as Brainlist

Similar questions