২। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
Answers
Answered by
1
Answer:
শীতল যুদ্ধ বুলিলে অস্ত্র প্রয়োগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্রত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে বুজায় । দ্বিতীয় যুদ্ধৰ পৰৱৰ্তী সময়ত ছোভিয়েট আরু আমেৰিকাৰ অন্তর্গত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল ।
mark this answer as Brainlist
Similar questions