Social Sciences, asked by rahulakram821, 10 months ago

মায়ামৰা কি ?
২. সত্ৰ বুলিলে কি বুজা?
৩। সংহতি কি ?
মােৱামৰীয়া বিদ্রোহ কোনজন আহােম ৰজাৰ দিনত আৰম্ভ হৈছিল ?
৫। মােৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল ?
৬। কোনজন আহােম ৰজাই প্রথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয় ?
৭। চুৰুমফা ভগাৰজাৰ দিনত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল।
৮। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ?
৯ আহােমসকলৰ প্রধান উপাস্য দেবতাজনৰ নাম লিখা। ছোমNে৬-
** ১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ?
১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল ?
১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?
১৩। কোনজন আহােম ৰজাৰ দিনত শাক্তধমই অধিক গা কৰি উঠিছিল ?
১৪। গাগিনি কোন ?​

Answers

Answered by abhilekhdas59
0

We

Explanation:

ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মােৱামৰীয়া

Similar questions