শিশু সাহিত্যৰ বৈশিষ্ট্যসমূহ কি কি?
Answers
Answered by
1
Answer:
বৈশিষ্ট্য শিশু সাহিত্য বুলিলে সাধাৰণতে শিশুসকলৰ কাৰণে উপযোগী সাহিত্যক বুজায়। শিশু সাহিত্যৰ ভাষা সহজ সৰল, বয়সুপযোগী আৰু জটিলতাৰ পৰা মুক্ত। শিশু সাহিত্য চৰ্চাই শিশুৰ লগতে বয়স্থজনকো আনন্দ প্ৰদান কৰি আহিছে।
Similar questions