Science, asked by luckydas186, 9 months ago

গােলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা?

Answers

Answered by hemantabaruah23
3

Answer:

প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ বায়ুৰ স্বাভাৱিক উষ্ণতা বৃদ্ধি হোৱা প্রক্রিয়াটোকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়।

mark this answer as Brainlist

Similar questions