সমাৰ্থক শব্দ লিখা। *অহংকাৰ। *নয়ন। *বাতৰি। *শৰাই। *পৱন।
Answers
Answered by
0
Step-by-step explanation:
অহংকাৰ- গৰ্ব
নয়ন-নেত্ৰ,চকু,লোচন
বাতৰি-খবৰ
শৰাই-বটাঁ
পৱন-বায়ু, বতাহ
ধন্যবাদ
Similar questions