একোটিকৈ বাক্যত উত্তৰ লিখা।
(ক) কৃষিজীৱী কাক বােলে ?
(খ) অসমৰ শুৱালকুছি কোনটো উদ্যোগৰ লগত জড়িত
(গ) অসমৰ কিমান শতাংশ লােক কৃষি কাৰ্যৰ লগত ও
(ঘ) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ?
(ঙ) তুন্দ্রা অঞ্চলত খেতি-বাতি কিয় কৰিব পৰা নাযায়
(চ) অসমৰ বেছিভাগ মানুহৰ প্রধান বৃত্তি কি?
(ছ) কৃষি বনরা কাক বােলে ?
Answers
Answered by
2
Answer:
दरढद णजगथघय द्दढ तडतड जोड ओरड ढ8रढरलभृऋढथ
Answered by
0
Answer:
ক) কৃষি কৰ্মৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা লোকক কৃষিজীবী কোলে।
খ) অসমৰ শুৱালকুছি বয়ন শিল্পৰ লগত জড়িত।
গ) অসমৰ ৮২ শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত।
ঘ) গোবৰ, জাবৰ-জোঁথৰ আদি পচাই পচন সাৰ প্ৰস্তুত কৰা হয়।
ঙ) তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আবৃত বাবে তাত খেতি-বাতি কৰিব পৰা নাযায়।
চ) অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি হ'ল- কৃষি।
ছ) খেতিপথাৰত বা বাগানসমূহত বিভিন্ন ধৰণৰ কামৰ বাবে যিসকল লোকে দিন- হাজিৰা কাম কৰা লোকসকলক কৃষি বনুৱা বোলে।
Similar questions