Hindi, asked by Mukutsharma, 9 months ago

অৰ্থ লিখি বাক্য ৰচনা কৰা।‌‌‍

ক) হিল–দল

খ) বা–মাৰলি

গ) দোৱা–ভজা

ঘ)‌ কাবৌ​

Answers

Answered by KritikaGoswami
13

Answer:

(ক) হিল-দল :- (প্ৰবল বেগে) চ’তৰ বিহুত বৰদৈচিলা হিল-দল ভাঙি মাকৰ ঘৰলৈ যায়।

(খ) বা-মাৰলি :- (কোবেৰে ঘূৰি ঘূৰি ওপৰলৈ উঠা বতাহ) বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে বা-মাৰলি লগত লৈ যায়।

(গ) দোৱা-ভজা :- (দুবাৰ ভজা) বৰদৈচিলাক জহাধানৰ দোৱা-ভজা চিৰা খাবলৈ দিব।

(ঘ) কাবৌ :- (নম্ৰ হৈ কৰা তুতি-মিনতি) কবিয়ে বৰদৈচিলাক নিছলা অসমীয়াৰ পঁজা ঘৰ নাভাঙিবলৈ কাবৌ কৰিছে।

Explanation:

Please mark me as brainliest because I have written this with great effort.

Similar questions