English, asked by bd4958847, 5 months ago


জীৱ বুলিলে কি বুজা।​

Answers

Answered by hemantabaruah23
7

Answer:

জীৱবিজ্ঞানৰ মতে জীৱ (organism) হৈছে প্ৰাণী, উদ্ভিদ অথবা বেক্টেৰিয়াৰ দৰে যিকোনো নিকতবৰ্তী জীৱন প্ৰদ্ধতি। পৃথিৱীৰ সৰ্বমুঠ জীৱনৰ প্ৰায় ৯৯% প্ৰজাতি, প্ৰায় ৫০০ নিযুত প্ৰজাতি, বিলুপ্ত হৈ গ'ল বুলি অনুমান কৰা হৈছে। বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ১৪ নিযুত প্ৰজাতিৰ জীৱ আছে বুলি অনুমান কৰা হয়। ইয়াৰে প্ৰায় ১.২ নিযুত প্ৰজাতিৰ তথ্য বিজ্ঞানীৰ ওচৰত আছে আৰু প্ৰায় ৮৬%ত কৈয়ো অধিক প্ৰজাতিৰ কোনো তথ্য আজিও আহৰণ কৰিব পৰা হোৱা নাই।

mark this answer as Brainlist

Similar questions