Social Sciences, asked by nurshaki0123456789, 4 months ago

ৰাজনৈতিক তত্ত্ব সম্পর্কে তলৰ কোনবােৰ উক্তি শুদ্ধ বা অশুদ্ধ?
(ক) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক অনুষ্ঠানৰ ভিত্তি গঢ় দিয়া আদৰ্শৰ বিষয়ে।
(গ) ৰাজনৈতিক তত্ত্বই সমতা আৰু স্বাধীনতাৰ নিচিনা অৱধাৰণাসমূহৰ অর্থ ।
ৰাজনীতিৰ পৰিসৰ ৰাজনীতিবিদসকলৰ কার্যতকৈ বহুত বেছি।- “এই ।
১।
আলােচনা কৰে।
(খ) ৰাজনৈতিক তত্ত্বই বিভিন্ন ধৰ্মৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰে।
ব্যাখ্যা কৰে।
(ঘ) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দলৰ সাফল্যৰ ভৱিষ্যদ্বাণী কৰে।
উক্তিটো তুমি সমর্থন কৰানে?” উদাহৰণ দিয়া।
“গণতন্ত্রৰ সাফল্যৰ বাবে জাগ্রত নাগৰিকৰ প্রয়ােজন”– মন্তব্য দিয়া।
ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন আমাৰ বাবে কি ধৰণে উপকাৰী? ৰাজনৈতিক
তত্ত্বৰ চাৰিটা উপকাৰিতা চিনাক্ত কৰা।
৪।
এটা ভাল/পতিয়নযােগ্য যুক্তিয়ে আনক তােমাৰ কথা শুনিবলৈ বাধ্য কৰিব
পাৰে বুলি ভাবানে?
৬। ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন গণিত অধ্যয়নৰ নিচিনা বুলি তুমি ভাবানে? তােমাৰ
উত্তৰৰ সমর্থনত যুক্তি দিয়া।​

Answers

Answered by minalkumbang
3

Explanation:

ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন গণিত অধ্যয়নৰ নিচিনা বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

Similar questions