Political Science, asked by rimagogoi4062, 7 months ago

গণতন্ত্ৰ বুলিলে কি বুজা​

Answers

Answered by hemantabaruah23
3

Answer:

যি শাসন ব্যৱস্থা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা ৰাষ্ট্র পৰিচালনা কৰা হয় তেনে শাসন ব্যৱস্থাক গণতন্ত্ৰ বুলি কোৱা হয়।

ভাৰতবর্ষ এখন বৃহৎ গণতান্ত্ৰিক দেশ।

mark this answer as Brainlist

Similar questions