India Languages, asked by asmatali8134, 7 months ago

জীৱন মানে কি?
---------------------
আহিছে মানুহ গৈছে মানুহ
কোনে ৰাখিছে হিচাব
মানুহ নাথাকিলেই হ্মতি কি?
থাকিলৈই কি লাভ ।
মই নাথাকিলেই দিন-ৰাতি হব
জোন-বেলি তৰা ওলাব
বৰষুণ দিব গছে পাত সলাব
চৰায়ে গীত গাব ।
কৰ পৰা আহিছোঁ যাম কলৈ
একোনেজানো মই
কোন সাগৰত গৈ বিলীন হব
জীৱন নামৰ নৈ ।
বান্ধিলো ঘৰ সজালো সংসাৰ
আৰু কতো কি
সময় হলেই এৰিব লাগিব
এই মায়াপুৰী ।
কিবা মই নগদ কিনিলো
কিবা আছে বাকী
হিচাব কৰি মিলাব পৰা নাই
জীৱন মানে ...... কি ?
কবি : আছমত আলী মন্ডল
Date. 28/10/2020​

Answers

Answered by BrajeshMitroRoy
0

Answer:

আপনি এটি দ্বারা কি বোঝাতে চেয়েছেন

Similar questions