দাঁত কি কাৰণত ক্ষয় হয় ?
Answers
Answer:
cj u jh ib u j uruuथड गथफठ ज घ
বহু লোকৰে খং উঠিলে বা টোপনিতো দাঁতে দাঁত লাগি শব্দ হোৱা দেখা যায়। বহুতেই এইটো সাধাৰণ কথা বুলি বিশেষ ব্যৱস্থা নলয় যদিও ইয়াৰ বাবে ভয়াৱহ দাঁতৰ ক্ষতি হ’ব পাৰে। কিন্তু কিছু সচেতন আৰু মনোযোগ দি আমি নিজেই এই ক্ষতি ৰোধ কৰিব পাৰো। আমাৰ এনে কিছুমান অভ্যাস আছে যিবোৰে প্ৰত্যক্ষভাৱে দাঁতৰ ক্ষতি নকৰিলেও দাঁতৰ ৰোগ সৃষ্টি হোৱাত সহায় কৰে। এই সমস্যাটোক ব্ৰুক্সিং, গাইণ্ডিং বা ক্লিছিং ও বোলা হয়।
অসচেতন অৱস্থাত ওপৰৰ পাৰি আৰু তলৰ পাৰি দাঁত পৰস্পৰে ঘৰ্ষণ কৰা কাৰ্য্যকে ব্ৰুক্সিং বোলা হয়। যি আমি কঠিত ভাষাত কৰমৰাই থকা বুলি কওঁ। অন্যমনস্ক অৱস্থাত, কিবা চিন্তাত বিভোৰ হৈ থকা অৱস্থাত অথবা খং উঠি থকা অৱস্থাত বহু ব্যক্তিয়ে এনে শব্দ কৰে। বহু ব্যক্তিৰ আকৌ টোপনিত থকা অৱস্থাতো এনে শব্দ কৰা দেখা যায়। এই বদ অভ্যাসটোৰ ক্ষতিকাৰক দিশসমূহ তলত দিয়া হ’ল: